হোষ্টেলৰ দিনবোৰ খণ্ডঃ ০৬

 

হোষ্টেলৰ দিনবোৰ ।


খণ্ডঃ ০৬


       সময়বোৰ এইদৰেই পাৰহৈ গৈ থাকিল। মই ৰুমলৈ আহিলো। কিবা বিবি ভাৱনাই আমনি কৰিছে। কালিলৈ পৰাহে মোৰ নিজৰকৈ এটা ৰুম হ'ব । কালিলৈ পৰাতো হয়তো মোৰ বহুতো নতুন নতুন বন্ধু হব । সকলোৱে লগত বা সহজ হব পাৰিম নে নাই। মোৰ লগত থকা জন বা কেনেকোৱা হব। হোষ্টেলত মাত্ৰ দুটা দিন পাৰ কৰিছোহে দুটা দিনতে নিজকে বহুত পুৰনি দৰে লাগিছিল।  এনেতে অনৱ দা আহিল …


" ৰিকি গা ধুব যোৱা যদি যাব পাৰিবা " অনৱ দা মাতত মই ভাৱনাৰ পৰা বাস্তৱ পৃথিৱীলৈ আহিলো । 


" ওম গৈছো …আপোনালোক আহিলে "


" বেয়া পালা "


" নাই কিয় পাম "


" তুমি তাত থকাতো মোৰ বেয়া লাগিল …সেয়ে তেনেকৈ কলো ভুল নুবুজিবা । এটা দিনতে বহুত আপোন হৈ পৰিলা তুমি "


" নাই পোৱা অ' " …… কাপোৰ কেইটা লৈ  মই গা ধুবলৈ ব্ৰাৰ্থৰুমলৈ আহিলো। আচলতে অনৱদা মানুহটো বহুত বেলেগ । মইও অনুমান কৰিছো । এদিনতে সচাঁকৈ মানুহজন মোৰো  আপোন হৈ পৰিল। 


      কালিলৈ পৰাহে কি হ'ব বাৰে বাৰে ভাবিছো । মোৰ লগত থকাজন বা মৰমিয়াল হয়নে নাই। যি হয় হব । কালিলৈ পৰাটো মোৰ এটা নতুন দিন আৰম্ভ হব।নতুনকৈ কলেজ যাম। নতুন নতুন লগ পাম। Admission দিনাও বহুত ধুনীয়া ধুনীয়া লৰা-ছোৱালী দেখিছিলো। কিয় জানো ধুনীয়া লৰাবোৰৰ প্ৰতি মোৰ অলপ দুৱলতা আহে।


     মই গা ধুই আহোতেই ৰুমৰ আগত ৰৈ থকা বৈভৱ দাক দেখিলো।

 লাজো লাগিছে কেনেকৈ পাৰহৈ যাম মই। এদিন চিনাকীতে কি যে হৈ গ'ল। অৱশ্যে তেওঁও কম নাছিল। আজি লৰাবোৰ ব্ৰাৰ্থৰুমৰ পৰা নহা হলে , কিমান যে সুখ ললে হয়। এনেতে হোষ্টেলৰ আন এজন দাদা বৈভদ দা ৰুমৰ আগতে ৰ'ল । মইও কৰিড়ৰে আহি আছিলো………


" ৰিকি ………ই বৈভৱ দেই । হোষ্টেলৰ চিনিয়ৰ "


" অহ … নমস্কাৰ "


" এহ হব ……এক্টিং মজা কৰা তুমি "


" কি ? " মই থতমত খাই পৰিছিলো । কিয় বা কি ভাৱি কলে । আচলতে এদিন চিনাকীতে এনেকোৱা হলে কোনে কি নাভাৱিব।


" হে নাপাই কব তেনেকে …ভয় কিয় খোৱাইচ কেলা তাক " হোষ্টেলৰ দাদা জনে বৈভৱদাক কলে। মই বুজিছিলো কথা বেলেগত দাদাজনে একো নাজানে ।


" ধেইৎ ……মই কি কলোনো মই ইয়াৰ reels চাইছো মই সেইটো কৈছো " ওফ কি মানুহ এইজন …………


" কেলাহ ………হাঃ হাঃ হাঃ………"


   এনেতে দাদা জনৰ ফোন আহিল তেওঁ অলপ আতৰি গ'ল । বৈভৱদাই মোলৈ চাই হাঁহিছে…


" অভিনয় কেনে লাগিল । ৰাতি কিন্তু মোৰ ৰুমত থাকিব লাগিব । " কিন্তু মনৰ মাজতে এটা ভয়ে মোক বৰকৈ আমনি কৰিলে । বৈভৱ দাৰ লগত কৰা কামবোৰ জীৱনৰ এটা মোৰ ডাঙৰ ভুল কাম আছিল। বৰ ৰসচ্য ভৰা মানুহ তেওঁ …এনকোৱা মানুহ মোৰ ভয় লাগে।


"ওমমমমম মাহহহহ……… "


"অ মা………" অনৱ দা তুমি ……ভয় খোৱাই দিলা ? 


" কি হ'ল ঘৰলে মনত পৰিছে নেকি ? অনৱ দাই পিছফালৰ পৰা মোক জোৰকৈ সাৱতি ধৰিছিল …


" ওম পৰিছে অলপ…"  মইতো ঘৰলে মনত পৰা কথায়ে পাহৰিছো । কি আছিলো… ক'ত কি মায়াত সোমাই পৰিলো ভাবিয়ে নোপোৱা হলো। ইফালে ৰাতি তেওঁৰ ৰুমত থাকিবলৈ মাতিছে কিন্তু অনৱদাক কি বুলি কম।


        এনেকৈ সময়বোৰ পাৰহৈ গৈ থাকিল । মই কেনেকৈ অনৱদা আগত বৈভৱ দাৰ ৰুমত থাকিব মাতিছে কম ভাবি পোৱা নাই…খং কৰিব নেকি ? নে বেয়া পাব …বা কি ভাৱিব । কিন্তু কব লাগিবই………… 


" ৰিচি চাহ আনিব মাতিছে " অনৱদাক কোনোবা এজনে ফোন কৰি জনালে । তেওঁ চাহকাপ মোকে লৈ আহিব কলে। মইও হব বুলি কলো।


        মই চাহ আনিবলৈ গ'লো । তাতগৈ বৈভৱদাকও লগ পালো তেওঁলোকেও চাহ নিবলৈ আহিছে । 


" হেৰা কথাটো কি হ'ল গৈ …" অনৱদাই মাত দিলে।


" নাই "


" কি নাই …… আহি যাবা "


" হম " তেওঁ কথাবোৰ খঙেৰে কোৱাৰ দৰে কলে । আৰু মইও হলাগ ললো। কি কৰিম মই ভাৱিয়ে পোৱা নাই । যি হলেও অনৱ দাক কব লাগিব । তেওঁ মাতিছে বুলিয়ে কৈ দিম। যি কয় কব……গালি দিব যেন নালাগে বৰ মৰমিয়াল মানুহ জন। মই সুধো -নোসুধোকৈ সুধি পেলালো……


" অনৱ দা "


" কৈ যোৱা "


" বৈভৱ দা যে…তেওঁৰ ৰুমত থাকিবলৈ মাতিছে "


" চিনাকী হ'লে মানে সি " ভয় খালো মই । তেওঁৰ বিষয়ে অনৱ দাই জানে মানে। মই ওম বুলি সলাগ ললো।


" যোৱা কালিলৈ চেমিনাৰ আছে । গ'ম পাবা থাকিব নে লিখি দিব মাতিছে… কাম কৰাই মাৰিব …নিলিখিবা বেছি নিজে কৰি লব নোৱাৰে ? 


" ঠিক আছে "


" মিচ কৰিম তোমাক । কালিলৈ পৰাতো বেলেগ ৰুম পাবা আজি দিবটো থাকা হ'লে । হব যোৱা তুমি …বেয়া পাব " মই হব বুলি বৈভৱ দা ৰুমলৈ গ'লো। মনতে এনে ভয় এটা আছিল অনৱ দা খং কৰিব নাইবা নালাগে কব বৰ সহজ-সৰল মানুহ জন। কিন্তু তেওঁ আগত মিছাকৈ মোৰো বেয়া লাগিছিল।


      ভাত-পানী খাই মই শুবলৈ বৈভৱদা ৰুমলৈ গলো । গৈ দেখিলো তেওঁ কালি পিন্ধা সেই ৰঙা জাঙিয়াটো আৰু বগা গেঞ্জিটো পিন্ধি ওপৰলৈ মুৰ কৰি শুই আছে । ওফ পাগল হৈ যাম মই। কিমান যে ধুনীয়া লাগিছে তেওঁক । ধুনীয়া লৰাৰ গোপন অংগৰ কল্পনা মই চেহেৰা দেখিয়ে কৰো। এতিয়াতো এনে এজন মোৰ একেবাৰে কাষত । মই যোৱা দেখিয়ে বৈভৱ দা বিচনাৰ পৰা ওঠিল।


" কি হে সচাঁকে আহিলা মানে "


" আপুনিহে মাতিছিল "


"  হাঃ হাঃ হাঃ মই ধেমালীহে কৰিছিলো " মই সেইসময়ত কি বুলি উত্তৰ দিম ভাবি নাপাই লাজতে তল মুৰ কৰি থাকিলো।


" ধেইৎ এনে কৈছো …কলিজাটো " এইবুলি তেওঁ মোক বিচনৰাৰ পৰা ওঠি আহি সাৱতি ধৰিলে । মই একো মাত নিদিলো। লাহেকৈ তেওঁ দৰজাখন জপাই দিলে আৰু মোক সাৱতিয়ে থাকিল বহু পৰ। মই লাহে লাহে অনুভৱ কৰিছিলো আমাৰ দুয়োতাৰে কামনাৰ জুই জ্বলি আহিছিল। তেওঁৰ অংগ কঠিন হোৱাৰ ওমান মই পাইছিলো । তেওঁ মোক বিচনালৈ ঠেলি দিলে। মই ওপৰলৈ মুৰ কৰি বিচনাত পৰিলো। তেওঁও মোৰ গা ওপৰতে পৰি দিলে… এতিয়া বিচনাত তেওঁ আৰু মই। তেওঁ মোক সাৱতি ধৰি চুমা খাব ধৰিলে। দুয়োতাই দুয়োতাকে সেপাঁহ পলাই বিলিন হৈছো। আজি বুজিছো যৌৱন এনেকোৱাই কাৰোৱাৰ পৰসত কামনাৰ ধৌ তুলে । তেওঁ লাহেকৈ  গেঞ্জিটো খুলি তেওঁৰ জাঙিয়াটো খহাই দিলে । আৰু লাহে লাহে তেওঁ এটা এটাকৈ মোৰ কাপোৰ বোৰ খুলি পেলালে । এতিয়া ওদং বিচনাত দুটি নাঙঠ যৌৱন। 



আগলৈ……………




(আমাৰ পৰৱৰ্তি খণ্ড পঢ়িবলৈ পেইজখন Follow কৰিব নাপাহৰিব আৰু ভাললাগিলে এটা  comment কৰি উৎসাহ দিবলৈ নাপাহৰিব।) 


Post a Comment

0 Comments