হোষ্টেলৰ দিনবোৰ।

 


হোষ্টেলৰ দিনবোৰ।

বিভিন্ন ব্যস্ততা আৰু সময়ৰ অসুবিধাই মোৰ কাহিনী হোষ্টেলৰ দিনবোৰ ধাৰাবাহিক খণ্ড বোৰ আপোনালোকৰ মাজলৈ আগৱঢ়াই দিয়াত অসুবিধাৰ সৃষ্টি কৰিছিল । বৰ্তমান সময়ত বহু বন্ধুৰ অনুৰোধত পুনৰ প্ৰচাৰ কৰাৰ সিদ্ধান্ত লৈছো। আপোনালোক সকলোৱে সহায় আৰু সহযোগিতা কামনা কৰিলো। অতি সোনকালে আপোনালোকক প্ৰচাৰৰ দিনটো জনাবলৈ সক্ষম হম। 


ধন্যৱাদ ।  

Post a Comment

2 Comments

  1. লেখনিৰ, বাক্য গাঁথনি শব্দৰ ব্যৱহাৰ আকৰ্ষণীয় হৈছে, পাৰিবা লিখি যোৱা

    ReplyDelete
    Replies
    1. বহুত ধন্যৱাদ আপোনাক। এনেদৰে সদায় মৰম আৰু সাহস দিব ।

      Delete